असम/गुवाहाटी

অপৰাধী নহয় এইবাৰ কামৰূপ জিলাৰ শুৱালকুছি থানাৰ মজিয়াত মুখাৰিত হল হৰিনামৰ ধ্বনি।

WhatsApp Image 2026-04-18 at 09.08.39
previous arrow
next arrow

অপৰাধী নহয় এইবাৰ কামৰূপ জিলাৰ শুৱালকুছি থানাৰ মজিয়াত মুখাৰিত হল হৰিনামৰ ধ্বনি।

কুমুদ চন্দ্ৰ দাস, শুৱালকুছি, অসম, ১৯ ছেপ্টেম্বৰ :

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ বিশ্ব দৰৱাৰত প্ৰতিষ্ঠা কৰাৰ প্ৰয়াসেৰে এই পৰিৱেশ কামৰূপ জিলাৰ শুৱালকুছি আৰক্ষী থানাৰ মজিয়াত। সদৌ অসম সাংস্কৃতিক দিহানাম সমিতিৰ উদ্যোগত আৰু শুৱালকুছি আৰক্ষী থানাৰ সহযোগত এনেদৰে দেখা গৈছে মনোমহা পৰিৱেশ। প্ৰায় সহস্ৰাধিক আই মাতৃ বাপ বান্ধৱ মিলি এনেদৰে পৰিৱেশন কৰিছে দিহানাম এই বিশ্ব ৰেকৰ্ডৰ বাবে আখৰা আই-মাতৃ সকলৰ অহা নবেম্বৰ মাহত অসম চৰকাৰৰ উদ্যোগত অসমৰ মুঠ ৬০ হাজাৰ মহিলাই বিশ্ব ৰেকৰ্ড গঢ়াৰ লক্ষ্যৰে পৰিৱেশন কৰিব দিহানাম। অসমৰ গৌৰৱ বিহুয়ে বিশ্ব ৰেকৰ্ড গঢ়াৰ পিছত গছপুলি ৰূপায়নৰে বিশ্ব অভিলেষ গঢ়াৰ চেষ্টাৰ মাজতে এইবাৰ দিহানামৰে বিশ্ব ৰেকৰ্ড গঢ়াৰ লক্ষ্য এই সকল আই-মাতৃৰ অহা নবেম্বৰত অসমৰ মুঠ ৬০ হাজাৰ আই মাতৃয়ে দিহানাম পৰিৱেশন কৰি বিশ্ব ৰেকৰ্ড গঢ়াৰ লক্ষ্য স্থিৰ কৰি লৈছে বিশ্বৰদৰৱাৰত এনেদৰে মহাপুৰুষ গুৰুজনাক প্ৰতিষ্ঠাৰ এই চেষ্টাই উৎসাহিত কৰিছে মহিলা সকলক।

Pankaj Nath

100% LikesVS
0% Dislikes

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button