असम/गुवाहाटी

জেষ্ঠ সাংবাদিক পণ্ডিত সঞ্জীব নাৰায়ণ দাসক সন্মানীয় ডক্টৰেট ডিগ্ৰী প্ৰদান। 

IMG-20260127-WA0039
previous arrow
next arrow

জেষ্ঠ সাংবাদিক পণ্ডিত সঞ্জীব নাৰায়ণ দাসক সন্মানীয় ডক্টৰেট ডিগ্ৰী প্ৰদান। 

পঙ্কজ নাথ, অসম, ৪ মে :

ইউনিভাৰ্চেল অনাৰেৰী এৱাৰ্ড কাউন্সিলে অসমৰ জ্যেষ্ঠ তথা প্ৰবীণ সাংবাদিক আৰু সমাজকৰ্মী পণ্ডিত সঞ্জীব নাৰায়ণ দাসক সন্মানীয় ডক্টৰেট ডিগ্ৰী প্ৰদান কৰিছে। সামাজিক কাম কাজ আৰু সাংবাদিকতাৰ বিকাশৰ প্ৰতি তেওঁৰ কৰ্মৰাজিৰ বাবে ড০ পণ্ডিত সঞ্জীব নাৰায়ণ দাসক এই ডিগ্ৰী প্ৰদান কৰা হৈছে। উল্লেখ্য যে, পণ্ডিত সঞ্জীৱ নাৰায়ণ দাসে সাংবাদিক সংগঠনৰ উপৰিও আন কেইবাটাও বেচৰকাৰী সংগঠনৰ লগত ওতঃপ্ৰোত ভাৱে জড়িত হৈ বৰ্তমান সময়ত নিজৰ কৰ্ম সম্পাদনা কৰি আছে। ইয়াৰোপৰি এইবাৰ ড০ পণ্ডিত সঞ্জীব নাৰায়ণ দাসক ইউনিভাৰ্চেল অনাৰেৰী এৱাৰ্ড কাউন্সিলৰ পৰা সন্মানীয় ডক্টৰেট বঁটা প্ৰদান কৰাৰ উপৰিও তেখেতক কাউন্সিলৰ ৰাষ্ট্ৰীয় উপ-সভাপতি হিচাপেও নিযুক্তি প্ৰদান কৰিছে বুলি জানিব পৰা গৈছে। 
 
 
 
 
 
 

Pankaj Nath

0% LikesVS
100% Dislikes

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
close